Wednesday , March 20 2019
Home / ৰাজনীতি / নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অগপৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অগপৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা

 

ষ্টাফৰিপৰ্টাৰ, ১৪ জানুৱাৰী, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অগপৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা। ১৮ জানুৱাৰীৰ পৰা তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব দলটোৱে। ১৮ জানুৱাৰীত আঞ্চলিক দলটোৱে উলিয়াব জোঁৰ সমদল। ২৪ জানুৱাৰীত অনশনত বহিব অগপৰ বিধায়কসকল। ৩০ জানুৱাৰীত জিলাই জিলাই সাব্যস্ত কৰিব প্ৰতিবাদ।

About Staff Reporter

চাব পাৰে

উত্তৰ–পূবৰ ৫ ৰাজ্যৰ কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা

  ষ্টাফৰিপৰ্টাৰ, উত্তৰ–পূবৰ ৫ ৰাজ্যৰ কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষনা কৰা হৈছে। পূব অৰুণাচলত জেমছ ৱাংলাটক …

Leave a Reply

Your email address will not be published. Required fields are marked *