Wednesday , December 11 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল নহলে অস্ত্ৰ লবলৈ বাধ্য হব শিক্ষিত যুৱক।।

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল নহলে অস্ত্ৰ লবলৈ বাধ্য হব শিক্ষিত যুৱক।।

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল নহলে অস্ত্ৰ লবলৈ বাধ্য হব শিক্ষিত যুৱক।।

 

শিৱসাগৰৰ বাণিজ্য মহাবিদ্যালয় চাৰি ছাত্ৰ অভিজিত গগৈ , ৰাহুল গগৈ, অবিনাশ কলিতা আৰু প্ৰিয়ংকু গগৈ আজি পুৱা ৯ বজাৰ পৰা আবেলি ৪ বজা লৈকে  অন্নশন কাৰ্যসূচী ৰূপায়ণ কৰিছে ।।

 

ছাত্ৰ কেইজনৰ হাতত মোদী ৱাক থু , বি.জে. পি. গ বেক লিখা ফলক লৈ প্ৰতিবাদীক কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত কৰা হয়।। ছাত্ৰ কেইজনে প্ৰতিবাদ সাব্যস্ত কৰাৰ মূল উদ্দেশ্য হৈছে, ছয় জনগোষ্টীক অতি শীঘ্ৰে জনজাতি কৰণৰ দাবী আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰাৰ দাবী ।

 

ছাত্ৰ কেইজনে চৰকাৰক ধিক্কাৰ দিছে আৰু অতি শীঘ্ৰে দাবী মানি নললে ছাত্ৰ কেইজনে কলম তুলা হাতত অস্ত্ৰ তুলি লব বুলি জানিব দিয়ে আৰু হাতত অস্ত্ৰ ললে তাৰ বাবে দুখী চৰকাৰ হব বুলিও কয় ছাত্ৰ কেইজনে।।

 

বহু দিন ধৰি অস্ত্ৰ ধৰি সংগঠনৰ লগত জড়িত হৈ আহিছে আমাৰ ৰাজ্যৰ বহু শিক্ষিত যুৱক যাৰ বাবে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যাতে চৰকাৰে দাবী সমূহ মানি লয় ।।

About Staff Reporter

চাব পাৰে

ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক

*ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক* প্ৰতিবেদক, ৰঙিয়া , ১০ ডিচেম্বৰঃ …

Leave a Reply

Your email address will not be published. Required fields are marked *