Wednesday , January 29 2020
Home / আঞ্চলিক / নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী মঞ্চৰ সংবাদমেল

নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী মঞ্চৰ সংবাদমেল

 

ষ্টাফৰিপৰ্টাৰ, ৫ ফেব্ৰুৱাৰী, নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী মঞ্চৰ সংবাদমেল অনুষ্ঠিত হয়। সোমবাৰে দিল্লীত ৰাহুল গান্ধীক সাক্ষাৎ কৰিছিল কে চি ত্যাগী, চি পি আই (এম) ৰ নেতাসহ মঞ্চৰ ৬ নেতাই। সাক্ষাৎ কৰা নেতাসকলে বিধেয়কখনৰ বিৰোধিতা কৰাৰ প্ৰতিশ্ৰুতি দিছে বুলি সংবাদমেলত মন্তব্য কৰে মনজিৎ মহন্তই। জাতি–মাটি–ভেটি দৃঢ় কৰিবৰ বাবে যদি বিজেপিৰ সৈতে মিলিত হ’ব লাগে, অনাগত দিনত বহিবলৈ সাজু আছে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী মঞ্চ। ১৩ ফেব্ৰুৱাৰীলৈ এই বিধেয়কখনৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত ৰখাৰ আহ্বান জনায়।

About Staff Reporter

চাব পাৰে

অসমত সৰ্বস্তৰত অসমীয়া ভাষা প্ৰয়োগৰ দাবী সদৌ অসম উন্নয়ন পৰিষদৰ

অসমত সৰ্বস্তৰত অসমীয়া ভাষা প্ৰয়োগৰ দাবী সদৌ অসম উন্নয়ন পৰিষদৰ ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত ব্যৱসায়িক প্ৰতিষ্ঠানৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *