Wednesday , January 29 2020
Home / আঞ্চলিক / নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত শিৱসাগৰত অনশনত বহিল চাৰি ছাত্ৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত শিৱসাগৰত অনশনত বহিল চাৰি ছাত্ৰ

 

ষ্টাফৰিপৰ্টাৰ, ৫ ফেব্ৰুৱাৰী, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত শিৱসাগৰত অনশনত বহিল চাৰি ছাত্ৰ। শীঘ্ৰে ৬ জনগোষ্ঠীক জনজাতিকৰণৰো দাবী প্ৰতিবাদকাৰী ছাত্ৰৰ। শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ অভিজিৎ গগৈ, ৰাহুল গগৈ, প্ৰিয়াংকু গগৈ আৰু অবিনাশ কলিতাৰ বিধেয়কখনৰ বিৰুদ্ধে দিনজোৰা অনশনৰ কাৰ্যসূচী। চৰকাৰে গণতান্ত্ৰিক আন্দোলনক অৱমাননা কৰিলে ছাত্ৰ সমাজে কলম এৰি অস্ত্ৰ ল’বলৈ বাধ্য হ’ব বুলিও হুংকাৰ ছাত্ৰকেইজনৰ।

About Staff Reporter

চাব পাৰে

অসমত সৰ্বস্তৰত অসমীয়া ভাষা প্ৰয়োগৰ দাবী সদৌ অসম উন্নয়ন পৰিষদৰ

অসমত সৰ্বস্তৰত অসমীয়া ভাষা প্ৰয়োগৰ দাবী সদৌ অসম উন্নয়ন পৰিষদৰ ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত ব্যৱসায়িক প্ৰতিষ্ঠানৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *