Wednesday , March 20 2019
Home / আঞ্চলিক / নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত প্ৰতিবাদ অব্যাহত

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত প্ৰতিবাদ অব্যাহত

 

ষ্টাফৰিপৰ্টাৰ, ৪ জানুৱাৰী, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত প্ৰতিবাদ অব্যাহত। কটন বিশ্ববিদ্যালয়ৰ এম এন ডি পি ছাত্ৰাবাসৰ সন্মুখত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু ঐক্যবদ্ধ সংগ্ৰাম সমিতিৰ প্ৰতিবাদ। এইখন চৰকাৰৰ সকলো প্ৰতিশ্ৰুতি ভুৱা বুলি মন্তব্য প্ৰতিবাদকাৰীৰ। মোদীয়ে অসমবাসীক মাত্ৰ তিতা ললীপপ খুৱালে। ২ কোটি নিবনুৱাক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি ভুৱা আছিল বুলিও ক্ষোভ উজাৰে প্ৰতিবাদকাৰীসকলে।

About Staff Reporter

চাব পাৰে

দৰং জিলা প্ৰশাসনৰ উদ্যোগত ভোটাৰ সজাগতা দৌৰ

  ৰফিক তালুকদাৰ,বেছিমাৰী ২০ মাৰ্চ : দৰঙৰ মংগলদৈ চহৰত আজি দিনৰ ১০ বজাত দৰং জিলা …

Leave a Reply

Your email address will not be published. Required fields are marked *