Saturday , March 23 2019
Home / আঞ্চলিক / নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আছুৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আছুৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা

 

 

ষ্টাফৰিপৰ্টাৰ, ৫ জানুৱাৰী, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আছুৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা।৭ জানুৱাৰীত ৰাজ্যজুৰি পালন কৰিব ক’লা দিন। জাতিধ্বংসী বিধেয়কখনৰ প্ৰতিলিপি দাহ কৰি সাব্যস্ত কৰিব প্ৰতিবাদ। ৮ জানুৱাৰীৰ পুৱা ৫ বজাৰ পৰা বিয়লি ৪ বজালৈ ১১ ঘণ্টীয়া অসম বন্ধৰ আহ্বান। ২৩ জানুৱাৰীত গুৱাহাটীত ‘খিলঞ্জীয়াৰ ব্ৰজ নিনাদ’ শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী। অসমৰ সকলো জনগণক এই প্ৰতিবাদী কাৰ্যসূচীত যোগদানৰ আহ্বান। বন্ধ–প্ৰতিবাদী কাৰ্যসূচীৰ পৰা ৰেহাই দিয়া হ’ব ছাত্ৰ–ছাত্ৰীৰ পৰীক্ষা। কোনো কাৰণতে নাগৰিকত্ব সংশোধনী বিধেয়ক জাপি দিবলৈ দিয়া নহ’ব বুলি হুংকাৰ আছুৰ লগতে ৩০ সংগঠনৰ।‍

About Staff Reporter

চাব পাৰে

গোলাঘাট ত বিষাক্ত চুলাই পাণ কৰি পুনৰ তিনিজন

গোলাঘাট ত বিষাক্ত চুলাই পাণ কৰি পুনৰ তিনিজ চিকিৎসাধীন : গোলাঘাট ত আজিও মাৰ যোৱা …

Leave a Reply

Your email address will not be published. Required fields are marked *