Tuesday , November 19 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / নাজিৰাত নাহৰফুটুকী পিঞ্জৰাবদ্ধ

নাজিৰাত নাহৰফুটুকী পিঞ্জৰাবদ্ধ

নাজিৰাত নাহৰফুটুকী পিঞ্জৰাবদ্ধ
ফাষ্টনিউজ ৰিপৰ্ট, নাজিৰা, ৯ নবেম্বৰ
শিৱসাগৰ জিলা নাজিৰাৰ হাতিপতি হাৰকিনা ৬ নং বাগান লাইনত আজি পুৱা এটা প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাদ্ধ হয় | এই নাহৰফুটুকীটোৱে আজি বহুত দিন ধৰি অঞ্চলটোত পশুধন হত্যা কৰি আহিছিল | ৰাইজৰ দাবীত বন বিভাগে পিঞ্জৰা পতাত আজি এই নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হোৱাত অঞ্চলটোৰ ৰাইজে স্বস্তিৰ নিশ্বাস পেলাইছে |
মুনীন্দ্ৰ নাথ শইকীয়া, নাজিৰা

About Staff Reporter

চাব পাৰে

শ্ৰদ্ধাঞ্জলি

আজি ইং 18-11-19 তাৰিখ সোমবাৰে গড়পোট শ্ৰী শ্ৰী জগদ্ধাত্রী পূজা মণ্ডপত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন …

Leave a Reply

Your email address will not be published. Required fields are marked *