Friday , October 18 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / নাজিৰাত বিধ্বংসী অগ্নিকাণ্ড | ২০ লাখ টকাৰ ক্ষয়ক্ষতি

নাজিৰাত বিধ্বংসী অগ্নিকাণ্ড | ২০ লাখ টকাৰ ক্ষয়ক্ষতি

নাজিৰাত বিধ্বংসী অগ্নিকাণ্ড | ২০ লাখ টকাৰ ক্ষয়ক্ষতি হোৱাৰ অনুমান স্হানীয় ৰাইজৰ
ফাষ্টনিউজ ৰিপৰ্ট. নাজিৰা, ৮ অক্টোবৰ
আজি সন্ধীয়া নাজিৰা নগৰৰ ৬ নং ৱাৰ্ডত হোৱা এক ভয়ানক অগ্নিকাণ্ডত ৫ টাকৈ বাসগৃহ ধ্বসংহ হোৱাৰ লগতে পায় ২০ লক্ষাধিক টকা লোকচান হোৱাৰ অনুমান কৰা হৈছে | সন্ধিয়া সময়ত হোৱা অগ্নিকাণ্ডৰ বিষয়ে লগে লগে অগ্নিনিৰ্বাপক বাহিনীত খবৰ দিয়াত অএনজিছিৰ লগতে অসম চৰকাৰৰ অগ্নিনিৰ্বাপক গাড়ী উপস্হিতহৈ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় | এই ক্ষেত্ৰত স্হানীয় ৰাইজে সহযোগ কৰি জুই নুমোৱাত সহায় কৰি দিয়ে | জানিব পৰা মতে বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলত জুই সুত্ৰপাত ঘটে আৰু সমান্তৰালকৈ ২ টাকৈ গেচ ছিলিণ্ডাৰ বিস্ফোৰণ হোৱাত জুইৰ তীব্ৰতাই কেইবাটাও বাসগৃহ নিমিষতে চাৰখাৰ কৰে | অন্যহাতে এই অগ্নিকাণ্ডত কোনো লোকৰ হতাহত হোৱা নাই |

About Staff Reporter

চাব পাৰে

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ উদ্ …

Leave a Reply

Your email address will not be published. Required fields are marked *