Monday , August 26 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / নাজিৰাৰ নামটিত যুৱককসুৰাসক্ত অৱস্থাত মাৰধৰ আৰুবান্ধি ৰাখি মৃত্যু ঘটোৱা কাণ্ডৰপ্ৰতিক্ৰিয়া

নাজিৰাৰ নামটিত যুৱককসুৰাসক্ত অৱস্থাত মাৰধৰ আৰুবান্ধি ৰাখি মৃত্যু ঘটোৱা কাণ্ডৰপ্ৰতিক্ৰিয়া

নাজিৰাৰ নামটিত যুৱককসুৰাসক্ত অৱস্থাত মাৰধৰ আৰুবান্ধি ৰাখি মৃত্যু ঘটোৱা কাণ্ডৰপ্ৰতিক্ৰিয়াঃ তদন্তত আৰক্ষী/মৃতকৰ পিতৃৰো আৰক্ষীক গোচৰ

নাজিৰাৰ পৰা মুনীন্দ্ৰ নাথ শইকীয়া

নামতি আৰক্ষী থানাৰ অন্তৰ্গত বৃহস্পতিবৰীয়া বজাৰৰভিৰৰ মাজতে ৮আগষ্টৰ দিনা এজন যুৱকক মাৰপিটকৰি বান্ধি ৰখাৰ পাছত ঘটা শাৰীৰিক অসুস্থতা আৰুপৰৱৰ্ত্তী সময়ত চিকিৎসালয়ত মৃত্যুৰ ঘটনাৰ প্ৰতিক্ৰিয়াইসমগ্ৰ নাজিৰা মহকুমাকে জোকাৰি গৈছে  আনহাতেমৃত যুৱকজনে ঘটনাৰ সময়ত সুৰাসক্ত হৈ থকাৰঅভিযোগ যুৱকজনৰ নিজ পৰিয়ালেও অস্বীকাৰ কৰানাই  যদিও মৃত্যু পৰ্য্যন্ত সংঘটিত হোৱাৰ পৰিস্থিতিকতেওঁৰ  পৰিয়াল আৰু ওচৰচুবুৰীয়াই সহজে গ্ৰহণকৰিব পৰা নাই মন কৰিবলগীয়া যে   বজাৰৰ একাংশবেপাৰী আৰু বজাৰৰ লেছী সহ সমগ্ৰ ঘটনাৰ প্ৰত্যক্ষকাৰী হিচাপে চিহ্নিত হোৱাৰ পাছত এই ঘটনাৰ দৃশ্যবহনকাৰী এক ভিডিঅভাইৰেল হৈ পৰিছে ভিডিঅদৃশ্যাংশই তুলি ধৰা বাৰ্ত্তাই সকলোকে শিহৰিত কৰাইনহয় গামোচাৰে আঁতি আঁতি বান্ধি ৰখা দুই হাত আৰুভৰিৰে ৰাস্তাৰ ওপৰত বহুৱাই ৰখা অৱস্থাত বান্ধ খুলিদিবলৈ যুৱক শান্তনু বৰগোহাঁই (৩৩) য়ে আহ্বানজনোৱাৰ পৰিস্থিতি খোদ শিৱসাগৰ জিলাৰ নামতিঅঞ্চলত সংঘটিত এই ঘটনাৰ পৰৱৰ্ত্তী সময়ত নাজিৰামহকুমা আৰক্ষী বিষয়াক ১০ আগষ্টৰ দিনা একএজাহাৰ দাখিল কৰাৰ লগতে নামতি আৰক্ষী থানাতইয়াৰ পূৰ্বেই এজাহাৰ দাখিল কৰা হয় যদিও আৰক্ষীৰকোনো পদক্ষেপ পৰিলক্ষিত হোৱা নাই বুলি পৰিয়ালৰলোকে উল্লেখ কৰিছে

About Staff Reporter

চাব পাৰে

ধৰ্ষণ নে অন্য কিবা? অন্তৰ্বাস পৰিধান কৰি থকা মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

বঙাইগাঁও জিলাৰ বইটামাৰীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ বঙাইগাঁওঃ ২৫ আগষ্টঃ বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষী চকী …

Leave a Reply

Your email address will not be published. Required fields are marked *