Saturday , March 23 2019
Home / ৰাজনীতি / নাটক মঞ্চস্থ কৰিছে অগপই

নাটক মঞ্চস্থ কৰিছে অগপই

বিধায়ক মৃণাল শইকীয়া

ষ্টাফৰিপোৰ্টাৰ : নাটক মঞ্চস্থ কৰিছে অগপই। বাহিৰলৈ গৈ কাৰোবাক লগ কৰি কিয় থাকিব লাগে? JD(U)ৰ মুৰব্বী তথা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু ৰাজ থাকড়েক অগপই সাক্ষাত্‍ সন্দৰ্ভত এই মন্তব্য বিজেপি বিধায়ক মৃণাল শইকীয়াৰ। আমাৰ লগত থাকি ১০ বছৰীয়া পাপৰ পূণ্য কৰিছে অগপই। চৰকাৰত থাকিলে মিলিজুলি থাকক। এই মন্তব্য কৰাৰ লগতে বিজেপি বিধায়কজনে কয় গুপ্তহত্যাকে ধৰি বহু পাপ কৰিছিল অগপই। পাপ খণ্ডন কৰাত এতিয়া ব্যস্ত অগপ। আঞ্চলিক দলটোৱে আৱেগিকভাৱে অসম আন্দোলন কৰিছিল বুলিও কয় বিজেপি বিধায়কজনে।

About Staff Reporter

চাব পাৰে

উত্তৰ–পূবত অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব এন পি পি-এ

  ষ্টাফৰিপৰ্টাৰ, ১৬ মাৰ্চ, উত্তৰ–পূবত অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব এন পি পি-এ। বিজেপিৰে সৈতে এন পি …

Leave a Reply

Your email address will not be published. Required fields are marked *