Saturday , January 25 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / নামতি কাঞ্চন বালা দেৱীৰ মৃত্যু

নামতি কাঞ্চন বালা দেৱীৰ মৃত্যু

 

ষ্টাফৰিপোৰ্টাৰ, ১১ জানুৱাৰী : কামৰূপ জিলাৰ কমলপুৰ ৰাজহ চক্ৰৰ পুঠিমাৰীৰ অন্তৰ্গত হাঁহাৰা নিৱাসী কাঞ্চন বালা দেৱীৰ ৯ জানুৱাৰীত মৃত্যু হয়৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৩ বছৰ৷ এগৰাকী নামতি হিচাপে পৰিচিত কাঞ্চন বালা দেৱী এগৰাকী ওজা হিচাপেও পৰিচিত আছিল৷ বহু বেমাৰ-আজাৰ তেওঁ বনৌষধেৰে ভাল কৰিছিল৷ তেওঁৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে৷ মৃত্যুৰ সময়ত তেওঁ পুত্ৰ-বোৱাৰী, জী-জোঁৱাই, নাতি-নাতিনীসহ বহু গুণমুগ্ধক এৰি থৈ যায়৷

About Staff Reporter

চাব পাৰে

টেট উত্তীৰ্ণ চাকৰি প্ৰাৰ্থীলৈ সুখবৰ

  ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী : টেট উত্তীৰ্ণ চাকৰি প্ৰাৰ্থীলৈ সুখবৰ কঢ়িয়াই আনিছে ৰাজ্যৰ শিক্ষা বিভাগে।  …

Leave a Reply

Your email address will not be published. Required fields are marked *