Tuesday , November 19 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণকাৰ্য পুনৰ আৰম্ভ

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণকাৰ্য পুনৰ আৰম্ভ

 

ষ্টাফৰিপৰ্টাৰ, ১৬ অক্টোবৰ : নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণকাৰ্য পুনৰ আৰম্ভ হৈছে বিভিন্ন
দল-সংগঠনৰ প্ৰতিবাদক নেওচি আৰম্ভ হৈছে বৃহৎ নদীবান্ধৰ নিৰ্মাণৰ কাম।
– ২০২৩ চনৰ ভিতৰত নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰিব এন এইচ পি চি কৰ্তৃপক্ষই
ইতিমধ্যে সম্পূৰ্ণ হৈছে ৫০ শতাংশ নির্মাণকার্য। বিভিন্ন পক্ষৰ পৰামৰ্শত ১০০ মিটাৰ বঢ়াই দিয়া হৈছে বান্ধৰ উচ্চতা।

About Staff Reporter

চাব পাৰে

শ্ৰদ্ধাঞ্জলি

আজি ইং 18-11-19 তাৰিখ সোমবাৰে গড়পোট শ্ৰী শ্ৰী জগদ্ধাত্রী পূজা মণ্ডপত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন …

Leave a Reply

Your email address will not be published. Required fields are marked *