Wednesday , July 17 2019
শেহতীয়া খবৰ
Home / মহানগৰ / নিউ গুৱাহাটীৰ কোষাগাৰ প্ৰাধিকাৰী কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি

নিউ গুৱাহাটীৰ কোষাগাৰ প্ৰাধিকাৰী কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি

 

ষ্টাফৰিপৰ্টাৰ, ২১ মে’ : নিউ গুৱাহাটীৰ কোষাগাৰ প্ৰাধিকাৰী কাৰ্যালয়ত মঙলবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
কাৰ্যালয় ঘেৰাও কৰে প্ৰতিবন্ধী সুৰক্ষা সংস্থাই।
প্ৰতিবন্ধীক চৰকাৰী আঁচনিৰ ধনৰ পৰা বঞ্চিত কৰাত প্ৰতিবাদ সাব্যস্ত কৰে।
সমাজ কল্যাণ বিভাগে মুকলি কৰিছিল ২৯ কৌটি ৫৪ লাখ টকা বৰ্তমানলৈ ধন নোপোৱাত প্ৰতিবাদ কৰে। প্ৰতিবন্ধীসকলৰ
প্ৰাপ্য অধিকাৰ নোপোৱালৈকে প্ৰতিবাদৰ হুংকাৰ দিয়ে।

About Staff Reporter

চাব পাৰে

প্ৰেছ ক্লাৱত আয়ুৰ্বেদিক চিকিৎসা শিবিৰ সম্পন্ন

          ষ্টাফৰিপৰ্টাৰ, ২৯ জুন,  বিভিন্ন মাধ্যমত কৰ্মৰত সাংবাদিক সকলৰ স্বাস্থ্য পৰীক্ষাৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *