Saturday , January 25 2020
শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / নির্ভয়াকাণ্ডৰ দোষী সকলৰ বিৰুদ্ধে মৃত্যুৰ পাৰোৱানা

নির্ভয়াকাণ্ডৰ দোষী সকলৰ বিৰুদ্ধে মৃত্যুৰ পাৰোৱানা

 

ষ্টাফৰিপোৰ্টৰ, ৭ জানুৱাৰী : সুদীর্ঘ ৭ বছৰৰ পিছত নির্ভয়াকাণ্ডৰ দোষী সকলৰ বিৰুদ্ধে মৃত্যুৰ পাৰোৱানা জাৰি কৰিলে দিল্লী পাতিয়ালা হাউচ কর্টে । ২২ জানুৱাৰীৰ পুৱা ৭টা বজাত চাৰিজন দোষী, পৱন গুপ্ত, মুকেশ সিংহ, বিনয় শর্মা আৰু অক্ষয় ঠাকুৰ সিংহক ফাঁচীৰ নির্দেশ দিয়ে । ভিডিঅ কনফাৰঞ্চৰ জৰিয়তে দোষী সকলক বিচাৰকে সাক্ষাৎ কৰাৰ পিছত বিয়লি ৫ বজাত এই ৰায় প্ৰদান কৰে ন্যায়ালয়ে । উল্লেখ নির্ভয়াৰ মাতৃয়ে দোষী সকলক মৃত্যুৰ পাৰোৱানা জাৰি কৰিবলৈ আদালতত আবেদন জনাইছিল ।

About Staff Reporter

চাব পাৰে

কলকাতাত বৃহত্তৰ কলকাতা অসমীয়া সমাজৰ “কা” বিৰোধী প্ৰতিবাদ

  ষ্টাফৰিপৰ্টাৰ ২৪ ডিচেম্বৰ : জাতি, মাটি, ভেটি ৰক্ষাৰ স্বাৰ্থত সোমবাৰে নাগৰিকত্ব সংশোধনী আইন ২০১৯ …

Leave a Reply

Your email address will not be published. Required fields are marked *