Wednesday , July 17 2019
শেহতীয়া খবৰ
Home / ৰাজনীতি / নিৰ্বাচনী বিপৰ্যয়ৰ পাছত বেকফুটত কংগ্ৰেছ

নিৰ্বাচনী বিপৰ্যয়ৰ পাছত বেকফুটত কংগ্ৰেছ

 

ষ্টাফৰিপৰ্টাৰ, ৩০ মে’ : নিৰ্বাচনী বিপৰ্যয়ৰ পাছত বেকফুটত কংগ্ৰেছ।
টেলিভিছনৰ বিতৰ্কলৈ মুখপাত্ৰ প্ৰেৰণ নকৰে কংগ্ৰেছে। আগন্তুক এমাহ পৰ্যন্ত বাহাল থাকিব এই সিদ্ধান্ত। কংগ্ৰেছৰ মুখপাত্ৰ ৰণদীপ সিং সূৰ্যেৱালাই সদৰী কৰিলে এই সিদ্ধান্ত। টিভি শ্ব’ত কংগ্ৰেছৰ প্ৰতিনিধি নাৰাখিবলৈ চেনেলসমূহলৈ আহ্বান জনায়। নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পাছত বিতৰ্কৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত লয়।

About Staff Reporter

চাব পাৰে

সোনকালে সলনি নহয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি-তৰুণ গগৈ

  ষ্টাফৰিপৰ্টাৰ, ৬ জুন, সোনকালে সলনি নহয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি- প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এই …

Leave a Reply

Your email address will not be published. Required fields are marked *