Wednesday , December 11 2019
শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / নেছ্লে হেল্থী কিডছ আঁচনিয়ে সম্পূৰ্ণ কৰিলে ১০ বছৰ

নেছ্লে হেল্থী কিডছ আঁচনিয়ে সম্পূৰ্ণ কৰিলে ১০ বছৰ

 

ষ্টাফ ৰিপোৰ্টাৰ,,,৩০ ছেপ্টেম্বৰ।।।ধ্বজাবাহী আঁচনি নেছ্লে কিড‍্ ছে ১০ বছৰ সম্পূৰ্ণ কৰিলে। এই উপলক্ষে নেছ্লে ইণ্ডিয়াই পূৰ্বৰ কাৰ্যক্ৰমৰ বিষয়ে স্মৰণ কৰিছে। অৰ্থৱহ পদ্ধতিৰে প্ৰভাৱ বিস্তাৰ কৰা জ্ঞান প্ৰদান কৰি নেছ্লে হেল্থী কিড্ছ আঁচনি ২০০৯ চনৰ পৰা অব্যাহত আছে আৰু ই উন্নত পুষ্টি ৰন্ধন আৰু লগতে ফিটনেছৰ বিষয়ে প্ৰচাৰ কৰি সকলোৰে মাজত এক সজাগতা সৃষ্টি কৰিবলৈ সক্ষম হৈছে। ৬ খন আঞ্চলিক বিশ্ববিদ্যালয়ৰ সৈতে চুক্তি কৰি আৰু মেজিক বাছ এন জি অ’ৰ সৈতে সহযোগিতা কৰি উক্ত আঁচনি খন কাৰ্যকৰী কৰা হৈছিল। এই আচঁনিখনে তিনি বছৰত বিদ্যালয়ত উপস্থিতিৰ দিশত ২৯শতাংশ, হাত ধোৱাত ১৮ শতাংশ, সেউজীয়া শাক- পাচলি খোৱাৰ ক্ষেত্ৰত ৩৭ শতাংশ আৰু এসপ্তাহত কমেও তিনিবাৰ ফল-মূল খোৱাৰ বাবে ১৮ শতাংশ বৃদ্ধিত বৰঙনি আগবঢ়াইছে। উল্লেখযোগ্য যে, এই আঁচনিৰ ১০ বছৰীয়া যাত্রাৰ বিষয়ে ৰচিত এখন গ্ৰন্থ শীঘ্ৰে প্ৰকাশ পাব।

About Staff Reporter

চাব পাৰে

ভাৰতীয় গ্ৰাহকক পুৰস্কাৰ প্ৰাপ্ত তথ্যগত মনোৰঞ্জন প্ৰদানৰ বাবে কিশোৰ এয়াৰটেলৰ সহযোগিতা স্থাপন

  ষ্টাফৰিপৰ্টাৰ, ২২ নৱেম্বৰ : ভাৰতী এয়াৰটেলে ভাৰতীয় গ্ৰাহকক মনোৰঞ্জন প্ৰদানৰ বাবে বুধবাৰে পুৰস্কাৰ প্ৰাপ্ত …

Leave a Reply

Your email address will not be published. Required fields are marked *