Tuesday , January 22 2019
শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / নৰেন্দ্ৰ মোদীক হত্যাৰ ভাবুকি

নৰেন্দ্ৰ মোদীক হত্যাৰ ভাবুকি

 

ষ্টাফৰিপৰ্টাৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হত্যাৰ ভাবুকি দিয়া হৈছে।
দিল্লীৰ আৰক্ষী আয়ুক্তৰ ই-মেইলত এই ভয়ংকৰ বাৰ্তা
মেইল প্ৰেৰণ কৰা ছাৰ্ভাৰৰ অৱস্থিতি অসমত।
২০১৮ৰ নৱেম্বৰত মোদীক হত্যাৰ ভাবুকি।
নৱেম্বৰত বহুকেইখন নিৰ্বাচনী সভাত মোদী উপস্থিত থকাৰ কথা।
নিৰাপত্তা সংস্থাসমূহে হাই এলাৰ্ট জাৰি কৰিছে
প্ৰধানমন্ত্ৰী যাব লগীয়া স্থানত অধিক কটকটীয়া নিৰাপত্তা ব্যৱস্থা।

About Staff Reporter

চাব পাৰে

অযোধ্যা বিবাদৰ শুনানি স্থগিত ৰাখিলে উচ্চতম ন্যায়ালয়ে

  ষ্টাফৰিপৰ্টাৰ, ৪ জানুৱাৰী, অযোধ্যা বিবাদৰ শুনানি স্থগিত ৰাখিলে উচ্চতম ন্যায়ালয়ে। ১০ জানুৱাৰীলৈ ন্যায়ালয়ে স্থগিত …

Leave a Reply

Your email address will not be published. Required fields are marked *