Sunday , January 26 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / পঞ্চভূতত বিলীন হ’ল জি এল আগৰৱালা

পঞ্চভূতত বিলীন হ’ল জি এল আগৰৱালা

 

ষ্টাফৰিপৰ্টাৰ, ১ ফেব্ৰুৱাৰী,পঞ্চভূতত বিলীন হ’ল জি এল আগৰৱালা । আজি দিনৰ ১১ বজাত লাচিত নগৰ বাসভৱনৰ পৰা তেওঁৰ নশ্বৰদেহ শেষ শ্ৰদ্ধাঞ্জলিৰ বাবে প্ৰথমে লাচিত নগৰ হনুমান মন্দিৰ তাৰ পিছত গুৱাহাটী প্ৰেছ ক্লাব, সাহিত্য সভা হৈ ভূতনাথ মুক্তি ধামত নিয়া হয়। তাত তেওঁক ৰাজ্যিক মৰ্যাদা প্ৰদান কৰা হয়। তেওঁৰ একমাত্ৰ পুত্ৰ সমী ৰ আগৰৱালাই শেষ কৃত্য সম্পন্ন কৰে । উল্লেখ বৃহস্পতিবাৰে বিয়লি ৪.২৩ বজাত তেওঁৰ নিজ বাসভাৱনত মৃত্যু হয়। তেঁও দীৰ্ঘ দিন ধৰি জটিল ৰোগত আক্রান্ত হৈ আছিল।

About Staff Reporter

চাব পাৰে

বোকাখাতত অসম গণ পৰিষদ আৰু বিজেপি দলৰ সংকল্প সমাৰোহ

  ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী ‘: বোকাখাতত আজি অসম গণ পৰিষদ আৰু বিজেপি দলৰ সংকল্প সমাৰোহ। …

Leave a Reply

Your email address will not be published. Required fields are marked *