Wednesday , June 19 2019
Home / আঞ্চলিক / পঞ্চম ৰাউণ্ডত গোলাঘাট সমষ্টিত গৌৰৱ গগৈৰ অগ্ৰগতি

পঞ্চম ৰাউণ্ডত গোলাঘাট সমষ্টিত গৌৰৱ গগৈৰ অগ্ৰগতি

পঞ্চম ৰাউণ্ডত গোলাঘাট সমষ্টিত গৌৰৱ গগৈৰ অগ্ৰগতি : গোলাঘাট, ২৩ মে’ : ইতিমধ্যে গোলাঘাট সমষ্টিত পঞ্চম ৰাউণ্ড ভোটগণণাৰ অন্তত কংগ্ৰেছৰ গৌৰৱ গগৈয়ে ১৯,১৬০ ভোট লাভ কৰি প্ৰতিদ্বন্দী প্ৰাৰ্থী অসম গণ পৰিষদৰ মণিমাধৱ মহন্ততকৈ অগ্ৰগতি লাভ কৰি আছে। এইসময়ৰলৈকে অ গ প ৰ প্ৰাৰ্থী জনে ১৭,১৫৪ ভোট লাভ কৰাৰ বিপৰীতে নেশ্যনেল পিপুলছ্ পাৰ্টিৰ আব্দূল আজিজে১৮২, হিন্দুস্তান নিৰ্মাণ দলৰ দিগন্ত কুমাৰ শইকীয়াই ২১১, অসম জন মৰ্চাৰ হাৰিকুল ইছলাম ভূঞা ই ৮৫, নিৰ্দলীয় প্ৰাৰ্থী ক্ৰমে জিতেন গগৈ আৰু ভাস্কৰ গগৈয়ে ৪৬৮ আৰু ১৩৭ টাকৈ ভোট লাভ কৰিবলৈ সক্ষম হৈছে।

About Staff Reporter

চাব পাৰে

ৰঙিয়াত জাপানীজ এনকেফেলাইটিজৰ প্ৰাদুৰ্ভাৱ 

ৰঙিয়াত জাপানীজ এনকেফেলাইটিজৰ প্ৰাদুৰ্ভাৱ নাৰ্ছিংহোমৰ আই চি ইউত মৃত্যুৰে যুঁজিছে ৰঙিয়াৰ যুৱকে উত্তৰ কামৰূপ, ১৮ …

Leave a Reply

Your email address will not be published. Required fields are marked *