Tuesday , February 19 2019
Home / আঞ্চলিক / পঞ্চায়ত নিৰ্বাচনৰ বাবে কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা

পঞ্চায়ত নিৰ্বাচনৰ বাবে কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা

 

ষ্টাফৰিপৰ্টাৰ, ৪ ডিচেম্বৰ, বুধবাৰে অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন। নিৰ্বাচনৰ বাবে কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। এই কথা সংবাদমাধ্যাক জনালে আৰক্ষীৰ সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াই। জিলা আৰক্ষী অধীক্ষকসকলে নিৰাপত্তাৰ তদাৰক কৰিছে। ১,৬০০ ভোটকেন্দ্ৰ স্পৰ্শকাতৰ ৰূপে চিহ্নিত কৰা হৈছে। সকলোতে পূৰ্ণ পৰ্যায়ৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে বুলিও মন্তব্য শইকীয়াৰ।‍

About Staff Reporter

চাব পাৰে

জম্মুত সেনাৰ ওপৰত কৰা আক্ৰমণৰ প্ৰতিবাদ।

জম্মুত সেনাৰ ওপৰত কৰা আক্ৰমণৰ প্ৰতিবাদ। ষ্টাফ ৰিপোৰ্টৰ–16ফেব্ৰুৱাৰী—- পাকিস্তানী সন্ত্ৰাসবাদীয়ে ভাৰতীয় সেনা জোৱানৰ ওপৰত কৰা …

Leave a Reply

Your email address will not be published. Required fields are marked *