Saturday , January 25 2020
শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / পশ্চিমবঙ্গ চৰকাৰৰ অধীনলৈ গল ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ বাসগৃহ

পশ্চিমবঙ্গ চৰকাৰৰ অধীনলৈ গল ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ বাসগৃহ

 

ষ্টাফৰিপৰ্টাৰ, ৪ জানুৱাৰী : পশ্চিমবঙ্গ চৰকাৰৰ অধীনলৈ গ’ল ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ বাসগৃহ। বংগ চৰকাৰে সংৰক্ষণ কৰিব সুধাকণ্ঠৰ টালিগঞ্জস্থিত বাসগৃহ। কেবিনেটৰ সিদ্ধান্তৰ পাছতো ৰাজ্য চৰকাৰে সংৰক্ষণ কৰিব নোৱাৰিলে ড০ ভূপেন হাজৰিকাৰ বাসগৃহ। শনিবাৰে কলকাতা পৌৰ নিগমৰ সভাত ছীল মোহৰ মৰা হয়।

About Staff Reporter

চাব পাৰে

কলকাতাত বৃহত্তৰ কলকাতা অসমীয়া সমাজৰ “কা” বিৰোধী প্ৰতিবাদ

  ষ্টাফৰিপৰ্টাৰ ২৪ ডিচেম্বৰ : জাতি, মাটি, ভেটি ৰক্ষাৰ স্বাৰ্থত সোমবাৰে নাগৰিকত্ব সংশোধনী আইন ২০১৯ …

Leave a Reply

Your email address will not be published. Required fields are marked *