Tuesday , November 20 2018
Home / আঞ্চলিক / পহিলা ডিচেম্বৰত নীলোত্‍পল দাস আৰু অভিজিত নাথ হত্যাকাণ্ডৰ গোচৰৰ পুনৰ শুনানি

পহিলা ডিচেম্বৰত নীলোত্‍পল দাস আৰু অভিজিত নাথ হত্যাকাণ্ডৰ গোচৰৰ পুনৰ শুনানি

 

ষ্টাফৰিপৰ্টাৰ:,পহিলা ডিচেম্বৰত নীলোত্‍পল দাস আৰু অভিজিত নাথ হত্যাকাণ্ডৰ গোচৰৰ পুনৰ শুনানি হ’ব। আদালতে নিৰ্ধাৰণ কৰিব অভিযুক্তৰ বিৰুদ্ধে ধাৰা। নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত দেশ কঁপোৱা ডকমকা কাণ্ডৰ গোচৰৰ শুনানি। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা উলংঘা কৰি অভিযুক্তসকলক হেণ্ডকাফ লগাই আদালতলৈ অনাৰ অভিযোগত পদকীয়া পক্ষই আদালতত জনাইছিল আবেদন। উক্ত আবেদনখনৰ শুনানিও গ্ৰহণ কৰিব পহিলা ডিচেম্বৰত। আজি আদালতত হাজিৰ কৰোৱা হয় হত্যাকাণ্ডৰ ৪৭ অভিযুক্তক।

About Staff Reporter

চাব পাৰে

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন       ষ্টাফৰিপৰ্টাৰ, তথ্য আৰু জনসংগযোগ সঞ্চালকালয়ৰ উদ্যোগত শিৱসাগৰত ৰাজ্যিক …

Leave a Reply

Your email address will not be published. Required fields are marked *