Tuesday , April 7 2020
শেহতীয়া খবৰ
Home / মহানগৰ / পাঞ্জাবাৰীত গণৰাজ্য দিবস পালন

পাঞ্জাবাৰীত গণৰাজ্য দিবস পালন

 

ষ্টাফৰিপোৰ্টাৰ, ২৭ জানুৱাৰী : দেশৰ ৭১ সংখ্যক গনৰাজ্য দিৱস অন্যান্য প্ৰান্তৰ লগতে দেওবাৰে
গুৱাহাটীৰ পাঞ্জাবাৰী পথৰ মঞ্জুশ্ৰী এপাৰ্টমেনটৰ আৱাসী সকলে পালন কৰে।৷গণৰাজ্য দিৱস উপলক্ষে পূৱা পতাকা উত্তোলন কৰে মঞ্জুশ্ৰী এপাৰ্টমেনটৰ মোস্তাক আহমেদে ৷ তদুপৰি এপাৰ্টমেনটৰ মহিলা, কণ কণ শিশু সকলে দেশপ্ৰেমমূলক গীত পৰিবেশন কৰাৰ লগতে শিশু সকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে দিনযোৰা কাৰ্যসুচীৰে গণৰাজ্য দিৱস পালন কৰা হয়৷

About Staff Reporter

চাব পাৰে

আসাম পাব্লিক ৱৰ্কছৰ গুৱাহাটীৰ বিশিষ্ট সমাজকৰ্মী ৰাজেন চন্দ্ৰ মেধিৰ আৰ্থিক সাহায্যত দুখীয়া পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ

  ষ্টাফৰিপোৰ্টাৰ, ৪ এপ্ৰিল :: আসাম পাব্লিক ৱৰ্কছে গুৱাহাটীৰ বিশিষ্ট সমাজকৰ্মী ৰাজেন চন্দ্ৰ মেধিৰ আৰ্থিক …

Leave a Reply

Your email address will not be published. Required fields are marked *