Friday , December 13 2019
শেহতীয়া খবৰ
Home / চিত্ৰ-সংবাদ / পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ৰীমা দাস

পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ৰীমা দাস

 

ষ্টাফৰিপৰ্টাৰ, ১ মাৰ্চ, পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ৰীমা দাস। ক্লিভলেণ্ড আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত ‘Someone to Watch’ পুৰস্কাৰ লাভ কৰিলে অসমৰ ছবি নিৰ্মাতা ৰীমা দাসে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খ্যাতনামা ভাৰতীয় ছবি নিৰ্মাতালৈ আগবঢ়োৱা হয় এই পুৰস্কাৰ। ক্লিভলেণ্ড আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত প্ৰদৰ্শিত হ’ব ৰীমা দাসৰ ‘ভিলেজ ৰকষ্টাৰ্ছ’ আৰু ‘বুলবুল কেন ছিং’ ছবি দুখন।

About Staff Reporter

চাব পাৰে

আজি প্ৰদৰ্শন কৰা হ’ব ৰিমা দাসৰ “বুলবুল কেন ছিং’ তৃতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ কলাৰসিকৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *