Wednesday , August 21 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / পুনৰ চলাচল আৰম্ভ হৈছে ৰাজ্যৰ ফেৰী সেৱা

পুনৰ চলাচল আৰম্ভ হৈছে ৰাজ্যৰ ফেৰী সেৱা

 

ষ্টাফৰিপৰ্টাৰ, ৬ মে’ : আজিৰ পৰা পুনৰ চলাচল আৰম্ভ হৈছে ৰাজ্যৰ ফেৰী সেৱা।
গুৱাহাটী-উঃ গুৱাহাটী, মাজুলী, ধুবুৰীৰ ফেৰী সেৱা আৰম্ভ হৈছে। বৰাকৰো ফেৰী সেৱা পুনৰ আৰম্ভ হৈছে। গুৱাহাটী-উঃ গুৱাহাটী ফেৰীঘাট বাঢ়নী পানীয়ে বিধ্বস্ত কৰিছিল । পুনৰ ঘাটটো মেৰামতি কৰি আৰম্ভ কৰিছে ফেৰী চলাচল।
বিধ্বংসী ‘ফণী’ৰ বাবে প্ৰশাসনে দুদিন বন্ধ কৰিছিল ফেৰী সেৱা।

About Staff Reporter

চাব পাৰে

শিৱসাগৰত কৃষি বিভাগৰ কঠীয়া বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ 

শিৱসাগৰত কৃষি বিভাগৰ কঠীয়া বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ ফাৰ্ষ্ট নিউজ ,শিৱসাগৰ ২০ আগষ্ট ,   জয়ৰাপাৰ অঞ্চলৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *