Wednesday , March 20 2019
Home / আঞ্চলিক / পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ বিষয় অপ্ৰাসংগিক

পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ বিষয় অপ্ৰাসংগিক

ষ্টাফৰিপৰ্টাৰ, ৩ জানুৱাৰী, পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ বিষয় অপ্ৰাসংগিক। কাৰণ বড়োলেণ্ডত উদ্যোগ নাই, আই এ এছ আৰু এ চি এছ বিষয়াৰ অভাৱ বড়োসকলৰ মাজত। নতুন দিল্লীত এই মন্তব্য বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীৰ। তেলেংগানা আৰু উত্তৰাখণ্ডৰে বড়োলেণ্ড তুলনা নহয়, উদ্যোগ আছে, বিষয়া আছে সেই দুই ৰাজ্যত। মোদী চৰকাৰৰ কোনো পৃথক বড়ো ৰাজ্যৰ দিয়াৰ নীতি নাই। সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰাৰ লগতে এবছুৰ পৃথক বড়ো ৰাজ্যৰ আন্দোলনক নাটক আখ্যা দি নিৰ্বাচনৰ পূৰ্বে এই নাটক আৰু তীব্ৰতৰ হ’ব বুলি ক’লে বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।

About Staff Reporter

চাব পাৰে

দৰং জিলা প্ৰশাসনৰ উদ্যোগত ভোটাৰ সজাগতা দৌৰ

  ৰফিক তালুকদাৰ,বেছিমাৰী ২০ মাৰ্চ : দৰঙৰ মংগলদৈ চহৰত আজি দিনৰ ১০ বজাত দৰং জিলা …

Leave a Reply

Your email address will not be published. Required fields are marked *