Wednesday , June 19 2019
Home / Uncategorized / পেঞ্চন পাব প্ৰাক্তন সেনা বিষয়াই

পেঞ্চন পাব প্ৰাক্তন সেনা বিষয়াই

ষ্টাফৰিপোৰ্টাৰ:  ২০০৫ চনৰ পৰা ৰাজ্য চৰকাৰৰ অধীনত কৰ্মৰত প্ৰাক্তন সেনা বিষয়াক পেঞ্চন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। জনতা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। প্ৰাক্তন সেনাসকলৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সঁহাৰি ৰাজ্য চৰকাৰৰ। গড়কাপ্তানী বিভাগৰ বিভিন্ন কাম-কাজৰ বাবে প্ৰয়োজনীয় শিল-বালিৰ অভাৱ দূৰীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয়। সাধাৰণ লোকেও ঘৰ নিৰ্মাণৰ বাবে লাভ কৰিব এই সুবিধা। বিশেষভাৱে সক্ষম লোকসকলৰ বিভিন্ন চৰকাৰী বিভাগত নিযুক্তিৰ ক্ষেত্ৰতো ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত কৰা হয়। জলসিঞ্চনৰ বাবে পৰৱৰ্তী কেবিনেটত ল’ব গুৰুত্বপূৰ্ণ সিদ্ধান্ত। জাৱৰৰ পৰা বিদ্যুৎ উৎপাদন কৰাৰ বাবে জি ডি ডি ক অনুমতি দিয়াৰ সিদ্ধান্তও গ্ৰহণ কৰা হয় কেবিনেটত।‍

About Staff Reporter

চাব পাৰে

লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষনত বিহালীৰ বৰগাঙত নাগৰিক অভিৱৰ্তনৰ প্ৰস্তুষ্টি

——————————————- আব্দুল বাৰেক ;বিশ্বনাথ চাৰিআলি ;২৭ মাৰ্চ = অহা ৪ এপ্ৰিলত বৰগাঙত অনুষ্ঠিত হ’ব “অসম …

Leave a Reply

Your email address will not be published. Required fields are marked *