Saturday , January 18 2020
শেহতীয়া খবৰ
Home / Business / প্ৰকৃতাৰ্থত অসমীয়াগিৰি দেখুৱাইছে পূৰ্বাঞ্চল নেচাৰেলে

প্ৰকৃতাৰ্থত অসমীয়াগিৰি দেখুৱাইছে পূৰ্বাঞ্চল নেচাৰেলে

ষ্টাফ ৰিপৰ্টাৰঃ অসমৰ জাতীয় অৰ্থনীতি টনকীয়াল কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি প্ৰকৃতাৰ্থত অসমীয়াগিৰি দেখুৱাবলৈ সক্ষম হৈছে মৰাণৰ কেইজনমান উদ্যমী যুৱকৰ প্ৰেচষ্টাত গঢ় লোৱা পূৰ্বাঞ্চল নেচাৰেল নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৱে। অসমৰ সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশত তৈয়াৰী ক’লা চাউল, অৰগেনিক গ্ৰীণ টি আৰু ক’লা জালুকৰ ব্যৱসায়েৰে বিশ্বৰ দৰৱাৰত অসমীয়াৰ পাৰদৰ্শিতাক উপস্থাপন কৰিবলৈ সক্ষম হৈছে পূৰ্বাঞ্চল নেচাৰেলে। প্ৰতিষ্ঠানটোৱে অত্যাধুনিক মাৰ্কেটিং ব্যৱস্থাৰ লগতে অনলাইনযোগে ব্যৱসায় সম্প্ৰসাৰণ কৰিবলৈ সক্ষম হৈছে। পূৰ্বাঞ্চল নেচাৰেলে প্ৰস্তুত কৰা কলা চাউল, গ্ৰীণ টি আৰু ক’লা জালুকে মানুহৰ স্বাস্থ্যৰ প্ৰতি অতি জৰুৰী উপাদান কঢ়িয়ায়।

About Staff Reporter

চাব পাৰে

সাংবাদিক ৰন্তু বৈশ্য আৰু ৰূপজ্যোতি দাসক আক্ৰমণ কাৰী অপৰাধী মইনুল আলিক আটক

সাংবাদিক ৰন্তু বৈশ্য আৰু ৰূপজ্যোতি দাসক আক্ৰমণ কাৰী অপৰাধী মইনুল আলিক আটক, এতিয়াও মুকলি আকাশৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *