Friday , December 13 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / প্ৰচণ্ড গৰমে দহিব ৰাজ্যবাসীক

প্ৰচণ্ড গৰমে দহিব ৰাজ্যবাসীক

২৪ ঘণ্টাত ৰাজ্যত বৰষুণৰ সম্ভাৱনা নাই

ষ্টাফৰিপোৰ্টাৰ, ১৯আগষ্ট, উৎকট গৰমত দহিছে ৰাজ্য। কাইলৈ ৰাজ্যত অধিক বৃদ্ধি পাব গৰমৰ মাত্ৰা। ২১ আগষ্টৰ পৰাহে বৰষুণ অহাৰ সম্ভাৱনা আছে। উত্তৰ-পূৰ্বাঞ্চলৰ আকাশ মেঘাচ্ছন্ন হোৱা নাই।যাৰ বাবে সূৰ্যৰ ৰশ্মি পোনপটীয়াকৈ পৰিছে।আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনালে এই কথা।
আজি ২০১৮ চনৰ সকলোতকৈ গৰম দিন।
প্ৰথম বাৰৰ বাবে তাপমান ৪০ ডিগ্ৰী চেলছিয়াছ পাৰ হ’ল।

About Staff Reporter

চাব পাৰে

ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক

*ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক* প্ৰতিবেদক, ৰঙিয়া , ১০ ডিচেম্বৰঃ …

Leave a Reply

Your email address will not be published. Required fields are marked *