Wednesday , August 21 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / প্ৰতিখন জিলাতে চলিব খাদ্য সুৰক্ষা বিভাগৰ অভিযান।

প্ৰতিখন জিলাতে চলিব খাদ্য সুৰক্ষা বিভাগৰ অভিযান।

প্ৰতিখন জিলাতে চলিব খাদ্য সুৰক্ষা বিভাগৰ অভিযান।

গুৱাহাটীৰ প্ৰতিবেদক, প্ৰতিখন জিলাতে চলিব খাদ্য সুৰক্ষা বিভাগৰ অভিযান।কেৱল মাছ-মাংসই নহয়, শাক-পাচলিতো চলিব অভিযান। খাদ্যত ৰাসায়নিক দ্ৰব্য মিহলি কৰা কাৰ্যত আপোচ কৰা নহ’ব— এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ। দহ দিনৰ পিছত পুনৰ পৰীক্ষা কৰা হ’ব চালানী মাছ। ব্যৱসায়ীসকলে বৃদ্ধি কৰিব নোৱাৰিব মাছৰ দাম। থলুৱা মাছ পৰ্যাপ্ত নোহোৱালৈকে চালানী মাছ বন্ধ কৰিব নোৱাৰি বুলিও মন্তব্য মন্ত্ৰীজনৰ।

About Staff Reporter

চাব পাৰে

শিৱসাগৰত কৃষি বিভাগৰ কঠীয়া বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ 

শিৱসাগৰত কৃষি বিভাগৰ কঠীয়া বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ ফাৰ্ষ্ট নিউজ ,শিৱসাগৰ ২০ আগষ্ট ,   জয়ৰাপাৰ অঞ্চলৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *