Tuesday , November 19 2019
শেহতীয়া খবৰ
Home / চিত্ৰ-সংবাদ / প্ৰতিঘাট” ৰ পোষ্টাৰ আৰু গীত মুকলি

প্ৰতিঘাট” ৰ পোষ্টাৰ আৰু গীত মুকলি

 

ষ্টাফৰিপৰ্টাৰ, ৩০ অক্টোবৰ : শ্ৰদ্ধাঞ্জলি কাননত মঙলবাৰে অচিন্ত শংকৰৰ কাহিনী আৰু পৰিচালনাৰে মুক্তি লাভ কৰিব লগীয়া অসমীয়া চলচ্চিত্ৰ “প্ৰতিঘাট” ৰ পোষ্টাৰ আৰু গীত মুকলি কৰি দিয়া হয় ৷ চিনেমা খনে মুক্তি লাভ কৰিব ৬ ডিচেম্বৰত। চলচ্চিত্ৰ খনৰ
সংগীত :- জুবিন গাৰ্গ, দিগন্ত ভাৰতী, পৰাণ বৰকটকী, ৰাহুল দেৱনাথৰ ৷
অভিনয় কৰিছে :- বিষ্ণু খাৰঘৰীয়া, আইমি বৰুৱা, অমৃতা গগৈ, সিদ্ধাৰ্থ শৰ্মা ( কে কে ), দিগন্ত হাজৰিকা, আৰু শিশু শিল্পী আশ্ৰমিকা শইকীয়া আদিয়ে ৷ চলচ্চিত্ৰ খনৰ গীতত কণ্ঠ দিছে :- জুবিন গাৰ্গ, দিক্ষু, পাপনে।
চিত্রনাট্য আৰু সংলাপ :- ৰাজদ্বীপ ৰ
সেয়েহে ৬ ডিচেম্বৰত ওচৰৰ ছবি গৃহ লৈ সকলোৱে যাতে ছবিখন উপভোগ কৰে, সকলোৱে যাতে ছবিখন আঁকোৱালি লয় তাৰ কামনা কৰিছে পৰিচালকে ৷

About Staff Reporter

চাব পাৰে

গুৱাহাটী প্ৰেছ ক্লাৱত হিন্দী চলচ্চিত্ৰৰ “ইনচাইড লাভ” ৰ পোষ্টাৰ মুকলি

    ষ্টাফৰিপৰ্টাৰ, ,,,২৮ অক্টোবৰ।।।। প্লেনেট নাইন এন্টাৰটেইনমেণ্টৰ নিবেদিত “ইনচাইড লাভ” নামৰ একচন, থ্ৰিলাৰ, ৰোমান্টিক …

Leave a Reply

Your email address will not be published. Required fields are marked *