Wednesday , June 19 2019
Home / আঞ্চলিক / প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ সাধাৰণ সভা

প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ সাধাৰণ সভা

 

 

ষ্টাফৰিপৰ্টাৰ ১২ জানুৱাৰী, মহানগৰীৰ ভাগৱতী প্ৰসাদ বৰুৱা প্ৰেক্ষাগৃহত প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ সাধাৰণ সভা শনিবাৰে অনুষ্ঠিত হয়। সভাত বিশেষ অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁই। বৰ্তমানৰ চৰকাৰে থলুৱা মানুহৰ ওপৰত অন্যায় কৰিছে বুলি সভাত মন্তব্য কৰে ড০ গোহাঁইয়ে। সংগ্ৰাম অবিহনে একো সম্ভৱ নহয়, প্ৰতিবন্ধীসকলে নিজৰ অধিকাৰৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰক। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এচাম কাপুৰুষ মনে মনে থকাৰ বিপৰীতে প্ৰতিবন্ধীসকলে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে। প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ শলাগ ল’লে ড০ গোহাঁয়ে।

About Staff Reporter

চাব পাৰে

ৰঙিয়াত জাপানীজ এনকেফেলাইটিজৰ প্ৰাদুৰ্ভাৱ 

ৰঙিয়াত জাপানীজ এনকেফেলাইটিজৰ প্ৰাদুৰ্ভাৱ নাৰ্ছিংহোমৰ আই চি ইউত মৃত্যুৰে যুঁজিছে ৰঙিয়াৰ যুৱকে উত্তৰ কামৰূপ, ১৮ …

Leave a Reply

Your email address will not be published. Required fields are marked *