Thursday , September 19 2019
শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন কি বাত

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন কি বাত

 

 

 

 

ষ্টাফৰিপৰ্টাৰ,৩০ জুন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ‘মন কী বাত’ত জল সংৰক্ষণত গুৰুত্ব আৰোপেৰে দেশবাসীক

৩টা অনুৰোধ জনায়। প্ৰথমতে, ইয়াক গণ আন্দোলনলৈ পৰিণত কৰা; দ্বিতীয়তে, জল সংৰক্ষণৰ পৰম্পৰাগত পদ্ধতি প্ৰয়োগ আৰু শেষত ইয়াত জড়িত ব্যক্তি-সংস্থাসমূহৰ নাম ৰাজহুৱা কৰা। তেওঁ পানীক ঈশ্বৰৰ দান বুলি উল্লেখ কৰে়।

About Staff Reporter

চাব পাৰে

প্ৰখ্যাত নাট্যকাৰ, অভিনেতা, পৰিচালক গিৰিশ কাৰ্নাডৰ মৃত্যু

  ষ্টাফৰিপৰ্টাৰ, ১০ জুন, প্ৰখ্যাত নাট্যকাৰ আৰু অভিনেতা, পৰিচালক গিৰিশ কাৰ্নাডে আজি শেষ নিশ্বাস ত্যাগ …

Leave a Reply

Your email address will not be published. Required fields are marked *