Friday , October 18 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৬৯ সংখ্যক ওপজা দিন উদযাপন

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৬৯ সংখ্যক ওপজা দিন উদযাপন

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৬৯ সংখ্যক ওপজা দিন উদযাপন।।

দেশৰ লগতে মঙ্গলবাৰে নালবাৰীতো পালন কৰা হয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৬৯ সংখ্যক ওপজা দিন। তদুপলক্ষে মঙ্গলবাৰে নলবাৰীত উপস্থিত হয় ৰাজ্য চৰকাৰৰ উদ্যোগ মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰী। মন্ত্ৰীগৰাকীয়ে নলবাৰী বিজেপিৰ উদ্যোগত নলবাৰী অসামৰিক চিকিৎসালয়তো উপস্থিত হৈ ৰোগীসকলৰ মাজত ফল মূল বিতৰণ কৰি দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ ওপজা দিন পালন কৰে।

মন্ত্ৰী পাটোৱাৰীয়ে নলবাৰীৰ শান্তি নিবাস অনাথ আশ্ৰমত আয়োজিত ওপজা দিনৰ অনুষ্ঠানত উপস্থিত হৈ নিজ আত্মীয় স্বজনৰ পৰা অনাদৃত অৱহেলিত হৈ থকা ৩০ গৰাকী আবাসীৰ মাজত ফল মূল বিতৰণৰ লগতে মত বিনিময় কৰে।।।

নলবাৰীৰ পৰা
হিমাংশু কলিতা

About Staff Reporter

চাব পাৰে

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ উদ্ …

Leave a Reply

Your email address will not be published. Required fields are marked *