Sunday , January 26 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / প্ৰধান শিক্ষক প্ৰশান্ত দোলাকাষৰীয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী

প্ৰধান শিক্ষক প্ৰশান্ত দোলাকাষৰীয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী

 

ষ্টাফৰিপৰ্টাৰ, ২৯ এপ্ৰিল, সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান মাজুলীৰ আউনীআটি সত্ৰ মাধ্যমিক বিদ্যালয়ৰ ২২ জনকৈ ছাত্ৰৰ চুলি বিদ্যালয়খথনৰ প্ৰধান শিক্ষকে খপলাখপলকৈ কাটি দিয়াক লৈ নদীদ্বীপটোত প্ৰতিক্ৰিয়া অব্যাহত আছে। ইতিমধ্যে বিদ্যালয়খনৰ প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে মাজুলীৰ গড়মুৰ থানাত এজাহাৰ দাখিল কৰা হৈছে। ইফালে প্ৰধান শিক্ষক প্ৰশান্ত দোলাকাষৰীয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত দেওবাৰে মাজুলীত প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সন্থাই।

About Staff Reporter

চাব পাৰে

বোকাখাতত অসম গণ পৰিষদ আৰু বিজেপি দলৰ সংকল্প সমাৰোহ

  ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী ‘: বোকাখাতত আজি অসম গণ পৰিষদ আৰু বিজেপি দলৰ সংকল্প সমাৰোহ। …

Leave a Reply

Your email address will not be published. Required fields are marked *