Wednesday , April 8 2020
শেহতীয়া খবৰ
Home / ৰাজনীতি / প্ৰিয়ংকা গান্ধী হ’ব পাৰে ৰাজ্যসভাৰ প্ৰাৰ্থী

প্ৰিয়ংকা গান্ধী হ’ব পাৰে ৰাজ্যসভাৰ প্ৰাৰ্থী

 

ষ্টাফৰিপোৰ্টাৰ, ৯ মাৰ্চ :: প্ৰিয়ংকা গান্ধী হ’ব পাৰে ৰাজ্যসভাৰ প্ৰাৰ্থী৷ বিৰোধী কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ উমৈহতীয়া প্ৰাৰ্থী হ’ব পাৰে প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ কন্যা প্ৰিয়ংকা৷ অসমৰ পৰা প্ৰিয়ংকাক ৰাজ্যসভালৈ প্ৰেৰণ কৰাৰ এই প্ৰস্তাৱ দিছে বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফে৷ এইকথা সোমবাৰে সদৰি কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ।উল্লেখযোগ্য বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে ইতিমধ্যে জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞা, সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱা, কে এন চৌধুৰী, অদীপ ফুকনৰ নাম উচ্চাৰিত হৈছিল৷ ইতিমধ্যে অজিত কুমাৰ ভূঞাই সংগ্ৰহ কৰিছে মনোনয়ন পত্ৰ৷

About Staff Reporter

চাব পাৰে

লোকসভাত উত্থাপন কৰা হ’ব কেব

  ষ্টাফৰিপৰ্টাৰ,৮ ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল উত্তপ্ত হৈ থকাৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *