Tuesday , February 19 2019
Home / আঞ্চলিক / প্ৰেছ ক্লাৱত তেজৰ নমুনা সংগ্ৰহ

প্ৰেছ ক্লাৱত তেজৰ নমুনা সংগ্ৰহ

 

ষ্টাফৰিপৰ্টাৰ, ৬ডিচেম্বৰ :- মহানগৰীৰ দিশপুৰ উদ্যোগত বৃহস্পতি বাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সাংবাদিকৰ ৰক্ত পৰীক্ষা শিৱিৰৰ আয়োজন কৰা হয়। চিকিৎসালয় খনৰ চিকিৎসা কৰ্ম্মী ৰূপম শইকীয়াই ২০ গৰাকী সাংবাদিকৰ তেজৰ নমুনা সংগ্ৰহ কৰে। এই নমুনাৰ পৰা থাইৰয়ড, হিমগ্লবিন আৰু ব্লাড ছুগাৰ পৰীক্ষা কৰি ৰিৰ্পট সমূহ সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱৰ কায্যালয়ত জমা কৰা হব। যি সকল অংশগ্ৰহণকাৰীৰ পৰৱৰ্ত্তী পদক্ষেপৰ প্ৰয়োজন হব তেঁওলোকক দিছপুৰ হাস্পাতালৰ অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ প্ৰদান কৰা হব। এই শৃংখলাৰ অধীনত কাইলৈ আৰু পৰহিলৈও প্ৰতিদিনে ২০ গৰাকীকৈ সাংবাদিকৰ তেজৰ নমুনা ৩ বজাত সংগ্ৰহ কৰা হব।

About Staff Reporter

চাব পাৰে

জম্মুত সেনাৰ ওপৰত কৰা আক্ৰমণৰ প্ৰতিবাদ।

জম্মুত সেনাৰ ওপৰত কৰা আক্ৰমণৰ প্ৰতিবাদ। ষ্টাফ ৰিপোৰ্টৰ–16ফেব্ৰুৱাৰী—- পাকিস্তানী সন্ত্ৰাসবাদীয়ে ভাৰতীয় সেনা জোৱানৰ ওপৰত কৰা …

Leave a Reply

Your email address will not be published. Required fields are marked *