Wednesday , August 21 2019
শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / পৱিত্ৰ ৰমজানৰ ৰোজা আৰম্ভ

পৱিত্ৰ ৰমজানৰ ৰোজা আৰম্ভ

ষ্টাফৰিপৰ্টাৰ, ৭ মে’ : পৱিত্ৰ ৰমজানৰ ৰোজা মঙলবাৰৰ পৰা আৰম্ভ হ’ল। এই মাহতে বিশ্ব শান্তি আৰু সাৰ্বজনীন ভাতৃত্ববোধৰ বাবে ৰোজা ৰাখি প্ৰাৰ্থনা জনাব ইছলাম ধৰ্মাৱলম্বী লোকসকলে। অসমবাসীলৈ শুভেচ্ছা জনায় ৰাজ্যপাল অধ্যাপক ডঃ জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সনোৱালৰ। আজি ইফটাৰৰ সময় আবেলি ৫.৫৮ বজা আৰু কাইলৈ ছেহেৰীৰ সময় ৩.১৭ বজা। ইছলাম ধৰ্মীয় কৰ্মচাৰীৰৰ বাবে বিশেষ পদক্ষেপ ৰাজ্য চৰকাৰৰ। পুৱা ৯ বজাত কাৰ্যালয়লৈ অহাৰ লগতে বিয়লি ৫ বজাৰ পৰিৱৰ্তে ৪.৩০ বজাত কাৰ্যালয়ৰ পৰা উভতিব পাৰিব।

About Staff Reporter

চাব পাৰে

লোকসভাৰ নতুন অধ্যক্ষ হ’ব ওম বিৰলা

  ষ্টাফৰিপৰ্টাৰ, ১৮ জুন, লোকসভাৰ নতুন অধ্যক্ষ হ’ব ওম বিৰলা। ৰাজস্থানৰ কোটাৰ বিজেপি সাংসদ বিৰলা।আজি …

Leave a Reply

Your email address will not be published. Required fields are marked *