Friday , April 3 2020
শেহতীয়া খবৰ
Home / মহানগৰ / ফটো গ্রাফিক কমিউনিতিক অনুপ্ৰাণিত আৰু সহায় কৰিবলৈ নিকন ইণ্ডিয়াৰ তৃতীয়টো এক্সপিৰিয়েন্স জ’ন মুকলি

ফটো গ্রাফিক কমিউনিতিক অনুপ্ৰাণিত আৰু সহায় কৰিবলৈ নিকন ইণ্ডিয়াৰ তৃতীয়টো এক্সপিৰিয়েন্স জ’ন মুকলি

 

ষ্টাফৰিপোৰ্টাৰ, ১৩ ,ফেব্ৰুৱাৰী :উত্তৰ পূৰ্বাঞ্চলত নিকন ইণ্ডিয়াই পৰিসৰ সম্প্ৰসাৰণ কৰিছে। তাৰ অংশ স্বৰূপে বৃহস্পতি বাৰে গুৱাহাটীৰ লাখটকীয়াত নিকন ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ তৃতীয়টো এক্সপিৰিয়েন্স জ’ন মুকলি কৰা হয়। এই উপলক্ষে অনুষ্ঠিত এখন সংবাদমেল যোগে নিকনৰ পৰিচালন সঞ্চালক সজ্জন কুমাৰ আৰু ইমেজিঙ শাখাৰ উপাধ্যক্ষ জিতেন্দ্ৰৰ ছাগে কয় ” দেশৰ ফটো গ্রাফিক কমিউনিকতিক অনুপ্ৰাণিত আৰু সহায় কৰিবলৈ আমি সময়ে সময়ে পদক্ষেপ গ্রহণ কৰি আহিছোঁ। তাৰ অংশশ্বৰূপে গুৱাহাটীত এই এক্সপিৰিয়েন্স জ’ন মুকলি কৰিলোঁ। ইয়াৰ দ্বাৰা আলোকচিত্ৰ তোলাৰ প্ৰতি আগ্ৰহী সকল উপকৃত হ’ব পাৰিব।”

About Staff Reporter

চাব পাৰে

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্মচাৰী সন্হাৰ মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজি লৈ দান

  ষ্টাফৰিপোৰ্টাৰ, ৩০ মাৰ্চ :: সাম্প্ৰতিক সময়ত চলি থকা কৰ’না মহামাৰী বিশ্বব্যাপি চলি থকা ভয়াবহতাৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *