Tuesday , October 15 2019
শেহতীয়া খবৰ
Home / মহানগৰ / ফাঁচী বজাৰত পুৱাই খাদ্য সুৰক্ষা বিভাগৰ অভিযান

ফাঁচী বজাৰত পুৱাই খাদ্য সুৰক্ষা বিভাগৰ অভিযান

 

ষ্টাফৰিপৰ্টাৰ, ২১ মে’ : গুৱাহাটীৰ ফাঁচী বজাৰত পুৱাই খাদ্য সুৰক্ষা বিভাগে অভিযান চলায়। ফলমূলৰ বজাৰত চলিল এই অভিযান। পুষ্টিকৰ খাদ্যৰ নামত মহানগৰীৰ বজাৰ ভৰিছে ভেজাল সামগ্ৰীৰে। অভিযানকালত জব্দ হ’ল কাৰ্বাইড দি পকোৱা বৃহৎ পৰিমাণৰ ফলমূল। দুজন ব্যৱস্যায়ীক আটক কৰে। পবিত্ৰ ঈদৰ পূৰ্বে এই অভিযান চলোৱা হয়।

About Staff Reporter

চাব পাৰে

শ্ৰী শংকৰদেৱ নেত্ৰালয়ত বিশ্ব দৃষ্টি দিৱস পালন

  ষ্টাফৰিপৰ্টাৰ, ১০ অক্টোবৰ : প্ৰতি বছৰৰ অক্টোবৰ মাহৰ দ্বিতীয়টো বৃহস্পতিবাৰে সমগ্ৰ বিশ্বজুৰি “বিশ্ব দৃষ্টি …

Leave a Reply

Your email address will not be published. Required fields are marked *