Wednesday , March 20 2019
Home / আঞ্চলিক / ফেচবুক সাহিত্য চর্চাৰ গোট “আখৰোৱা”ৰ সন্মিলন সম্পন্ন

ফেচবুক সাহিত্য চর্চাৰ গোট “আখৰোৱা”ৰ সন্মিলন সম্পন্ন

 

ষ্টাফৰিপৰ্টাৰ, ২৩ ডিচেম্বৰ, ফেচবুক সাহিত্য চর্চাৰ গোট “আখৰোৱা”Literaliৰ সদস্যসকলৰ দ্বিতীয় সন্মিলন ৰবিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হৈ যায়। কল্যাণী বৰ্মনে আঁত ধৰা অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট গল্পকাৰ অতনু ভট্টাচাৰ্য। ইয়াৰ লগতে সংগতি ৰাখি গোট ফেচবুক চিঠিৰ “চিঠি,,,letter ডাকঘৰৰ পৰা সামাজিক মধ্যমলৈ” শীৰ্ষক এক সংকলন উন্মোচন কৰা হয়। এই সংকলনটি উন্মোচন কৰে প্ৰতিদিন কাকতৰ কাৰ্যবাহী সম্পাদনক অচ্যুত কুমাৰ পাটোৱাৰীয়ে। গোটৰ প্ৰকাশক মনোহৰ দত্তই সভাৰ উদেশ্য বাখ্যা কৰা অনুষ্ঠানটিত দেৱৰাজ কলিতা, বিশিষ্ট কবি চাামছুল হক, ড০ দীপালী বৰাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

About Staff Reporter

চাব পাৰে

দৰং জিলা প্ৰশাসনৰ উদ্যোগত ভোটাৰ সজাগতা দৌৰ

  ৰফিক তালুকদাৰ,বেছিমাৰী ২০ মাৰ্চ : দৰঙৰ মংগলদৈ চহৰত আজি দিনৰ ১০ বজাত দৰং জিলা …

Leave a Reply

Your email address will not be published. Required fields are marked *