Monday , November 19 2018
শেহতীয়া খবৰ
Home / আঞ্চলিক / ফেট বেলীৰ তৃতীয়খন আউটলেট মুকলি

ফেট বেলীৰ তৃতীয়খন আউটলেট মুকলি

ফেট বেলীৰ তৃতীয়খন আউটলেট মুকলি

গুৱাহাটীৰ প্ৰতীবেদক,।২৪ জুন।।।,,,,,
গুৱাহাটী মহানগৰীত দেওবাৰে ফেট বেলীয়ে ১৫ মাহৰ ভিতৰত মুকলি কৰে তৃতীয় আউটলেটখন। গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত দিশে ফেট বেলী ৰেস্তোৰাঁ চেইনৰ আনখন আউটলেট মুকলি কৰা হয়। এই অনুষ্ঠানত ৰেস্তোৰা চেইন খনৰ অন্যতম সহ: প্ৰতিষ্ঠাপক ধীৰাজ ডেকা , সহ: প্ৰতিষ্ঠাপক পৰিক্ষিত ভট্টাচাৰ্য, কেটাৰিঙৰ খণ্ডৰ ১৫ বছৰৰ অভিজ্ঞতা থকা মঞ্জিতা কলিতা চৌধুৰী আৰু আদিত্য ভট্টাচাৰ্য উপস্থিত থাকে। উল্লেখ যে দীঘলীপুখুৰী আৰু উজান বজাৰৰ পাছত এইবাৰ কমাৰ্চ কলেজত মুকলি হোৱা ৰেস্তোৰাখনত খাদ্য ৰসিকৰ বাবে আছে – থাই মেনু, ৪৮ প্ৰকাৰৰ মমো আৰু ৪৫ ৰো অধিক প্ৰকাৰৰ ৰাইচ , ৫২ প্ৰকাৰৰ নুডলছ ইত্যাদি। উল্লেখ যে- ফেট বেলীয়ে আমিষ , নিৰামিষ খাদ্য যোগান ধৰাৰ লগতে হোমডেলিভাৰীৰো সুবিধা আছে।

About Staff Reporter

চাব পাৰে

গুৱাহাটীস্থিত বাৰ্বিকিউ নেচন ৰেষ্টোৰাই মুকলি কৰিলে মেকঅভাৰেৰে নতুন ‘ল’গ ।

গুৱাহাটীস্থিত বাৰ্বিকিউ নেচন ৰেষ্টোৰাই মুকলি কৰিলে মেকঅভাৰেৰে  নতুন ‘ল’গ ।   ষ্টাফ ৰিপোৰ্টাৰ , গুৱাহাটীৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *