Saturday , January 18 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / বঙাইগাঁৱত মাদক দ্ৰব্য বৰ্জনৰ সজাগতাৰ বাবে বাটৰ নাট প্ৰদৰ্শন

বঙাইগাঁৱত মাদক দ্ৰব্য বৰ্জনৰ সজাগতাৰ বাবে বাটৰ নাট প্ৰদৰ্শন

বঙাইগাঁৱত মাদক দ্ৰব্য বৰ্জনৰ সজাগতাৰ বাবে বাটৰ নাট প্ৰদৰ্শন

বঙাইগাঁওঃ ১৪ আগষ্টঃ বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্যোগত মঙলবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ অংশ হিচাপে আজি দ্বিতীয় দিনা জিলা প্ৰশাসনৰ উদ্যোগত দেউৰীপাৰাৰ এনাজৰী মহিলা সংঘৰ সদস্যাসকলে পাগলাস্থান আৰু ছহিদ বেদী এলেকাত ৰাইজৰ মাজত মাদক দ্ৰব্য বৰ্জনৰ সজাগতাৰ বাবে বাটৰ নাট প্ৰদৰ্শন কৰে ৷ বাটৰ নাট প্ৰদৰ্শনৰ সময়ত উক্ত স্থানত জিলা প্ৰশানৰ দণ্ডাধীশ বাসৱী ঠাকুৰীয়া, বঙাইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতি লাহন আদি উপস্থিত আছিল ৷

About Staff Reporter

চাব পাৰে

ডিব্ৰুগড়ৰ চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ নাগৰিক সংশোধনী বিধেয়ক- ইছলামী সাহিত্য সভা-জে এন ইউ কাণ্ডৰ বিৰোধিতা

ডিব্ৰুগড়ৰ চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ নাগৰিক সংশোধনী বিধেয়কৰ লগতে ইছলামী সাহিত্য সভা আৰু জে এন …

Leave a Reply

Your email address will not be published. Required fields are marked *