Thursday , September 19 2019
শেহতীয়া খবৰ
Home / ক্ৰীড়া / বঙাইগাঁৱৰ বেতবাৰীত এককালীন প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা আৰম্ভ

বঙাইগাঁৱৰ বেতবাৰীত এককালীন প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা আৰম্ভ

বঙাইগাঁৱৰ বেতবাৰীত এককালীন প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা আৰম্ভ

বঙাইগাঁওঃ ৫ ছেপ্টেম্বৰঃ বঙাইগাঁৱৰ পুৰণি বঙাইগাঁও বেতবাৰী সুৰভি সংঘৰ উদ্যোগত আজিৰে পৰা ধ্ৰুৱলোচন সিংহ আৰু লুতেশ্বৰ শৰণীয়া সোঁৱৰণী এককালীন প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছে ৷ বেতবাৰী সুৰভি সংঘৰ খেল পথাৰত অনুষ্ঠিত হোৱা আজিৰ উদ্বোধনী খেলত কাকৈজানাৰ ভোলানাথ ক্লাবে ঘনদলৰ বীণাপানী সংঘক ২-১ গলৰ ব্যৱধানত পৰাজিত কৰে । প্ৰতিযোগিতাখন বঙাইগাঁও জিলা পৰিষদৰ সভাপতি বিজয় সিংহই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৷ আনহাতে কাইলৈ চোৰাপাৰাৰ জেনন ক্লাব আৰু নৰ্থ বইটামাৰী এফ চি ৰ মাজত খেল অনুষ্ঠিত হ’ব ৷

About Staff Reporter

চাব পাৰে

শিৱসাগৰত খেল ইণ্ডিয়াৰ অধীনত আন্তঃ প্ৰশিক্ষণ শিবিৰ ক্ৰীড়া প্ৰতিযোগিতাৰ শুভাৰম্ভ

*শিৱসাগৰত খেল ইণ্ডিয়াৰ অধীনত আন্তঃ প্ৰশিক্ষণ শিবিৰ ক্ৰীড়া প্ৰতিযোগিতাৰ শুভাৰম্ভ* ফাৰ্ষ্ট নিউজ , শিৱসাগৰ, ১০ …

Leave a Reply

Your email address will not be published. Required fields are marked *