Thursday , September 19 2019
শেহতীয়া খবৰ
Home / ক্ৰীড়া / বছৰৰ ষষ্ঠটো স্বৰ্ণপদক অৰ্জন হিমা দাসৰ

বছৰৰ ষষ্ঠটো স্বৰ্ণপদক অৰ্জন হিমা দাসৰ

 

ষ্টাফৰিপৰ্টাৰ, ১৮ আগষ্ট : স্বৰ্ণ কন্যা হিমা দাসে পুনৰ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে।
৩০০ মিটাৰ দৌৰত স্বৰ্ণ অৰ্জন কৰিছে হিমা দাসে।
এথলেটিক মিটিংক ৰেইটাৰ ২০১৯ত এই সাফল্য
ফিনলেণ্ডত অনুষ্ঠিত হয় এই প্ৰতিযোগিতা ।
বছৰৰ ষষ্ঠটো স্বৰ্ণপদক অৰ্জন কৰে হিমা দাসে ।

About Staff Reporter

চাব পাৰে

সদৌ অসম মুকলি সাতোঁৰ প্ৰতিযোগিতাত শিৱসাগৰে তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান

সদৌ অসম মুকলি সাতোঁৰ প্ৰতিযোগিতাত শিৱসাগৰে তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান । ফাৰ্ষ্ট নিউজ ৰিৰ্পট , …

Leave a Reply

Your email address will not be published. Required fields are marked *