Wednesday , January 23 2019
শেহতীয়া খবৰ
Home / ক্ৰীড়া / বপ্নাৰ_স্বৰ্ণিল_যাত্ৰা

বপ্নাৰ_স্বৰ্ণিল_যাত্ৰা

ষ্টাফৰিপৰ্ট াৰ , ৩০আগষ্ট এটা দৰিদ্ৰ পৰিয়ালৰ পৰা গৈ এছিয়ান গেম্ছত স্বৰ্ণজয় কৰিলে জলপাইগুৰিৰ স্বপ্না বৰ্মনে। স্বপ্না বৰ্মনৰ পিতৃ এজন ৰিক্সাচালক, মাতৃয়ে কাম কৰে চাহ বাগিচাত। টিনৰ চালি, টিনৰ বেৰেৰে সজা জুপুৰীসদৃশ ঘৰটোৰ পৰাই এগৰাকী সফল খেলুৱৈ হোৱাৰ সপোন দেখিছিল স্বপ্নাই। দৰিদ্ৰতাৰ বাবে চতুৰ্থ শ্ৰেণীত পঢ়ি থকাৰ সময়তে আনৰ ঘৰে ঘৰে কাম কৰিবলৈ ওলাই গৈছিল স্বপ্না বৰ্মন। তাৰ মাজতে হেপ্টাথলানৰ অনুশীলন অব্যাহত ৰাখিছিল স্বপ্নাই। অনুশীলনৰ বাবে এযোৰ জোতা কিনিবলৈও সামৰ্থ্য নাছিল স্বপ্না বৰ্মনৰ। এছিয়ান গেমছত স্বৰ্ণপদক জয় কৰি দৰিদ্ৰ পৰিয়ালটোলৈ আশাৰ ৰেঙণি কঢ়িয়ালে স্বপ্নাই।

About Staff Reporter

চাব পাৰে

ৰমেন দত্ত অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰূপে নিৰ্বাচিত

  ষ্টাফৰিপৰ্টাৰ, ১২ জানুৱাৰী, ৰমেন দত্ত অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰূপে নিৰ্বাচিত হৈছে। ২১টা ভোট …

Leave a Reply

Your email address will not be published. Required fields are marked *