Friday , October 18 2019
শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / বাজাজ অটোৰ পালচাৰ ১২৫ ডি টি এছ আই নিঅন মুকলি

বাজাজ অটোৰ পালচাৰ ১২৫ ডি টি এছ আই নিঅন মুকলি

 

ষ্টাফৰিপৰ্টাৰ, ২২ ছেপ্টেম্বৰ: গুৱাহাটীৰ আদাবাৰীস্থিত মেটেল বাইকছ বাজাজৰ ডিলাৰৰ শ্ব ৰুমত দেওবাৰে বাজাজ অটোৰ পালচাৰ ১২৫ ডি টি এছ আই নিঅন মকুলি কৰা হয়। বৰপেটা জিলাৰ চেচন জাজ বিনোদ চান্দকে বন্তি প্ৰজ্বলনৰে এই নতুন মটৰ চাইকেল খন মুকলি কৰে। তেওঁ ভাষণ প্ৰসংগত নতুন যান বাহন আইন সকলোকে মানি চলিবলৈ আহ্বান জনায়। অনুষ্ঠানত মেটেল বাইকছ বাজাজৰ ডিলাৰৰ শ্ব ৰুমৰ স্বত্বাধিকাৰী ৰাজেন্দ্ৰ ৰাজপালে কয় ” অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত এই মটৰ চাইকেল খনৰ ছিং গল চিটৰ মূল্য ৬,৭৭৭০ টকা আৰু স্পিল্ ট চিটৰ মূল্য (split seat) ৭,১৮৯১ টকা।

About Staff Reporter

চাব পাৰে

এইচ ডি এফ চি বেংকে মুকলি কৰিলে ভাৰতৰ বৃহত্তম সেৱা ধামাকা ‘ফেষ্টিভ ট্ৰীটছ”

  ষ্টাফ ৰিপোৰ্টাৰ,,,,৩০ ছেপ্টেম্বৰ।।ভাৰতৰ অগ্ৰণী বিত্তীয় প্ৰতিষ্ঠান এইচ ডি এফ চি বেংকে সোমবাৰে ভাৰতৰ বৃহত্তম …

Leave a Reply

Your email address will not be published. Required fields are marked *