Monday , August 26 2019
শেহতীয়া খবৰ
Home / ৰাজনীতি / বিজেপিত যোগদান গৌতম গম্ভীৰৰ

বিজেপিত যোগদান গৌতম গম্ভীৰৰ

 

ষ্টাফৰিপৰ্টাৰ, ২৩ মাৰ্চ, খেলপথাৰ এৰি ৰাজনীতিৰ পথাৰত ভৰি দিলে প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰে। বিজেপিত যোগদান কৰিলে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে। দিল্লীস্থিত মুখ্য কাৰ্যালয়ত আনুষ্ঠানিকভাৱে যোগদান কৰে গেৰুৱা দলটোত। গম্ভীৰে অৰুণ জেটলীৰ উপস্থিতিত যোগ দিলে বিজেপিত।

About Staff Reporter

চাব পাৰে

মেঘালয় বিধান সভাৰ অধ্যক্ষ ডাংকুপাৰ ৰয়ৰ মৃত্যুত শোক

  ষ্টাফৰিপৰ্টাৰ ২৮ জুলাই :মেঘালয় বিধান সভাৰ অধ্যক্ষ ডঃ ডংকুপাৰ ৰয়ৰ মৃত্যুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *