Sunday , December 15 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / বিজেপিৰ অসম প্ৰদেশৰ নতুন মুখ্য কাৰ্য্যালয় ভৱনৰ নিৰ্মাণকাৰ্য্যৰ শুভাৰম্ভ

বিজেপিৰ অসম প্ৰদেশৰ নতুন মুখ্য কাৰ্য্যালয় ভৱনৰ নিৰ্মাণকাৰ্য্যৰ শুভাৰম্ভ

 

ষ্টাফৰিপৰ্টাৰ, ২০ নৱেম্বৰ ; গুৱাহাটীৰ বশিষ্ঠত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ নতুন মুখ্য কাৰ্য্যালয় ভৱনৰ নিৰ্মাণকাৰ্য্যৰ শুভাৰম্ভ অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল লগতে ৰাজ্যিক সভাপতি ৰণজিৎ দাস, মন্ত্ৰী নবকুমাৰ দলৈ দিশপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা ডা° নোমল মমিন আৰু ৰাজ্যিক সাংগঠনিক সম্পাদক ফনীন্দ্ৰ শৰ্মা।অসম প্ৰদেশৰ নতুন মুখ্য কাৰ্য্যালয় ভৱনৰ নিৰ্মাণকাৰ্য্যৰ শুভাৰম্ভ কৰি মা মুখ্যমন্ত্ৰীয়ে কয়
“এই ভৱনটো দলৰ কাৰ্য্যকৰ্তাসকলৰ বাবে মিলনস্থলী হিচাপে পৰিগণিত হ’ব।’

About Staff Reporter

চাব পাৰে

ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক

*ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক* প্ৰতিবেদক, ৰঙিয়া , ১০ ডিচেম্বৰঃ …

Leave a Reply

Your email address will not be published. Required fields are marked *