Saturday , January 18 2020
শেহতীয়া খবৰ
Home / ৰাজনীতি / বিজেপিৰ মিছন হাণ্ড্ৰেড

বিজেপিৰ মিছন হাণ্ড্ৰেড

 

 

ষ্টাফৰিপৰ্টাৰ, ২৬ নৱেম্বৰ : বিজেপিৰ মিছন হাণ্ড্ৰেড। অকলেই বিজেপিয়ে পাব ৭০খনতকৈ অধিক আসন। সাংগঠনিক বৈঠকৰ পিছত দাবী ভৱেশ কলিতাৰ। ৩০ নৱেম্বৰৰ ভিতৰত নিযুক্তি দিব ৩৯ সাংগঠনিক জিলাৰ সভাপতি। ৰঞ্জিত দাসেই সভাপতি হৈ থকাৰ ইংগিত ভৱেশ কলিতাৰ।

About Staff Reporter

চাব পাৰে

বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিবাদ

  ষ্টাফৰিপৰ্টাৰ, ৩ ডিচেম্বৰ : অসম বিধানসভাত আজি অভূতপূৰ্ব ঘটনা ঘটিছে।অসমৰ সম্পদ ব্যক্তিগত কৰণৰ বিৰুদ্ধে …

Leave a Reply

Your email address will not be published. Required fields are marked *